অসমশীৰ্ষ

মেট্ৰিকৰ প্ৰথম স্থানত উজ্বলিল শোণিতপুৰৰ ৰক্তিম

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি অসম মাধ্যমিক শিক্ষা পৰিষদে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম স্থান লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰৰ মুনলাইট হাইস্কুলৰ ছাত্ৰ ৰক্তিম ভূঞাই। ছাত্ৰজনে ৫৯৩ নম্বৰৰ লাভ কৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close