আন্তঃৰাষ্ট্ৰীয়শীৰ্ষ

ম্যানমাৰত সেনা-উগ্ৰপন্থীৰ সংঘৰ্ষ, নিহত ১৯

ইণ্টাৰনেচনেল ডেস্ক, প্ৰথম খবৰ: ম্যানমাৰত এক প্ৰত্যন্ত অঞ্চলত সেনা আৰু উগ্ৰপন্থীৰ মাজত তুমুল সংঘৰ্ষৰ সূত্ৰপাত ঘটিছে। সামৰিক বাহিনীৰ সূত্ৰই সাংবাদিকক জানিবলৈ দিয়া অনুসৰি সীমান্ত অঞ্চলত সংঘটিত এই সংঘৰ্ষৰ ফলত ১৯জন লোক নিহত হোৱাৰ বিপৰীতে অৰ্ধশতাধিক আহত হৈছে।

Related Articles

Leave a Reply

Close