অসম

মৰনৈ উদ্যোগিক বিকাশ কেন্দ্ৰৰ ঠিকা ভিত্তিত শ্ৰমিকৰ অবস্থান ধৰ্মঘট

নিউজ ডেস্ক, প্ৰথম খবৰ: মৰনৈ উদ্যোগিক বিকাশ কেন্দ্ৰৰ ঠিকা ভিত্তিত শ্ৰমিকৰ আজি অবস্থান ধৰ্মঘট অনুষ্ঠিত হৈ যায় । গোৱালপাৰা জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত দিনৰ দহ বজাৰ পৰা এক বজালৈ তিনিঘন্টীযা অবস্থাত ধৰ্মঘট পালন কৰে শ্ৰমিকসকলে। শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰাকে ধৰি শ্ৰমিকৰ সকলো সমস্যা সমাধানৰ উদ্দেশ্যে এই ধৰ্ম ঘটৰ অন্তত বিভিন্ন দাবী সম্বলিত এখন স্মাৰক পত্ৰ ও শ্ৰমিক সকলে উপায়ুক্তক প্ৰদান কৰে।

Related Articles

Leave a Reply

Close