অসম

মৰাণত আই পি এল জুৱাৰী আটক

নিউজ ডেস্ক,প্ৰথম খবৰ: আই পি এলৰ জুৱাই যেন সৰ্বস্তৰৰ মানুহক গ্ৰাস কৰিছে,সকলতে যেন জুৱাৰ পয়োভৰ আই পি এল মানেই এতিয়া লাখ টকাৰ পৰা কোটি টকাৰ খেল। মৰাণো ইয়াৰ ব্যতিক্ৰম নহয় মৰাণত আৰক্ষীয়ে আটক কৰিছে এজন আই পি এল জুৱাৰীক। জুৱাৰী জনক আৰক্ষীয়ে হাতে-লোতে আটক কৰে আৰু জেল হাজোতলৈ প্ৰেৰণ কৰে।জুৱাৰী জন মৰাণ বিষ্ণুপুৰৰ পাপু নন্দী (৩২) বুলি জানিব পৰা গৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close