অসম

মৰাণত খিলঞ্জীয়া অসমীয়া ব্যৱসায়ী মঞ্চৰ প্ৰতিবাদ

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ বিৰুদ্ধে মৰাণত খিলঞ্জীয়া অসমীয়া ব্যৱসায়ী মঞ্চৰ উদ্যোগত বিশাল মানৱ শৃংখল প্ৰতিবাদী কাৰ্যসূৰ্চী ৰূপায়ন। প্ৰত্যেকে হাতে হাতে বিজেপি চৰকাৰৰ বিৰুদ্ধে বিভিন্ন প্ৰতিবাদী শ্ল’গান লিখা প্লেকাৰ্ড লৈ প্ৰতিবাদ সাব্যস্ত কৰে মৰাণবাসীয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close