অসম

মৰাণত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদ

মৰাণৰপৰা ৰাজু মিশ্ৰ,প্ৰথম খবৰ:নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মৰাণত সন্মিলিত জনগোষ্ঠীয় ঐক্য মঞ্চৰ তীব্ৰ প্ৰতিবাদ। বিজেপি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ হুংকাৰ জনগোষ্ঠীয় ঐক্য মঞ্চৰ। প্ৰধান মন্ত্ৰী  আৰু মুখ্য মন্ত্ৰী পুত্তলিকা দাহ কৰে উত্তেজিত ৰাইজে।

Related Articles

Leave a Reply

Close