অসম

মৰাণত বৃদ্ধাৰ আত্মহনন

মৰাণৰপৰা ৰাজু মিশ্ৰা প্ৰথম খবৰ: মৰাণত সংঘটিত হয় এক ৰহস্যজনক ঘটনা। মৰাণ ধেমেচি মাজগাঁৱত ৭১ বয়সৰ বয়সীয়া বৃদ্ধা এগৰাগীয়ে আত্মহনন কৰে। বৃদ্ধা গৰাকীয়ে বিহপান কৰি আত্মহত্যা কৰা সন্দেহ প্ৰকাশ কৰিছে স্থানিয় লোকসকলে কিন্ত্ত বৃদ্ধাগৰাকীয়ে কি কাৰণত আত্মহত্যা কৰিলে সেয়া ৰহস্য হৈ আছে। মৰাণ থানাৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষা বাবে এ এচ চি এইছলৈ প্ৰেৰণ কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

Related Articles

Leave a Reply

Close