অসম

লামডিং এমপ্লইজ উনিয়নৰ বিশেষ সভা

নিউজ ডেস্ক, প্ৰথম খবৰ: বৰ্তমান চৰকাৰৰ বিৰুদ্ধে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। শুক্ৰবাৰে সন্ধিয়া লামডিং এন এফ ৰেলৱে এম্পলয়েজ উনিয়নৰ এক বিশেষ সভাৰ আয়োজন কৰা হয়। বৰ্তমান চৰকাৰৰ শ্ৰমিক বিৰোধী নীতিৰ সমালোচনা কৰাৰ লগতে লামডিং ৰেল ডিভিশ্যনৰ ৰেল শ্ৰমিক সকলৰ বিভিন্ন সমস্যাৰ ওপৰত এই সভাত আলোচনা কৰা হয়। সভাত বহু ৰেল শ্রমিক বেলেগ শ্রমিক সংঘটনৰ পৰা এম্প্লইজ উনিয়নত যোগদান কৰে।

Related Articles

Leave a Reply

Close