অসমশীৰ্ষ

লামডিঙৰ বিহুত গীত পৰিৱেশন কৰিব জুবিনে

নিউজ ডেস্ক, প্ৰথম খবৰ: মঙ্গলবাৰে শিৱসাগৰত লামডিঙৰ প্ৰসংগ উত্থাপন কৰি জুবিন গাৰ্গে প্ৰকাশ কৰিলে নিজৰ প্ৰতিক্ৰিয়া৷ লামডিঙলৈ গৈ অনুষ্ঠান পৰিৱেশন কৰিম বুলি সংবাদ মাধ্যমৰ আগত মন্তব্য আগবঢ়ালে জুবিনে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে মাত মতা বুলি লামডিঙৰ বিহুলৈ নাহিবলৈ দিয়া সকীয়নি জুবিন গাৰ্গৰ মতে কোনো দুষ্টচক্ৰই ছচিয়েল মিডিয়াত কৰা এক চক্ৰান্তহে আছিল৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close