অসমশীৰ্ষ

শান্তি আলোচনাৰ পক্ষপাতী পৰেশ বৰুৱা

নিউজ ডেস্ক,প্ৰথম খবৰ:আলফা নেতা পৰেশ বৰুৱাই শান্তি আলোচনা বিচাৰে। এই কথা সদৰি কৰে অসমৰ এটা ব্যক্তিগত টেলিভিছন চেনেলৰ সাংবাদিকৰ আগত। বন্দুকেৰে সমস্যা সমাধান নহয় বুলি কয় আলফা নেতাজনে। কেন্দ্ৰীয় চৰকাৰক আলোচনাৰ বাবে আগুৱাই আহিবলৈ আহ্বান জনালে পৰেশ বৰুৱাই। কিন্তু তেওঁৰ মতে এই আলোচনা মৰ্যদাপূৰ্ণ হ’ব লাগিব।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close