অসমশীৰ্ষ

শিলাদিত্যৰ আক্ৰমণৰ পিছত জুবিনৰ কাষত দেবজিত সাহা

নিউজ ডেস্ক,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত প্ৰথমবাৰলৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে জনপ্ৰিয় কণ্ঠশিল্পী দেৱজিত সাহাই। ‘জুবিনো শিল্পী ময়ো শিল্পী শিল্পীৰ স্বাধীনতাক লৈ ৰাজনীতি নকৰিব’।বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ জুবিনক লৈ কৰা এক বিতৰ্কিত মন্তব্যৰ প্ৰত্ত্যুত্বৰ হিচাপে নিজৰ মত প্ৰকাশ কৰিলে সংগীত শিল্পী দেবজিত সাহায়।

Related Articles

Leave a Reply

Close