শেহতীয়া
Home / অসম / শিলাদিত্য আৰু ৰাজেন গোঁহাই দেশৰ শত্ৰু: বিষ্ণু খাৰঘৰীয়া

শিলাদিত্য আৰু ৰাজেন গোঁহাই দেশৰ শত্ৰু: বিষ্ণু খাৰঘৰীয়া

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে শিলাদিত্যই জুবিনৰ বিৰুদ্ধে কৰা মন্তব্যত ক্ষোভিত হৈ অবশেষত মুখ খুলিলে বিষ্ণু খাৰঘৰীয়াই। শুকুৰবাৰে অনুষ্ঠিত এক সংবাদ মেলত আন্তঃ ৰাষ্ট্ৰীয় বঁটা প্ৰাপ্ত জনপ্ৰিয় তথা বয়োজ্যেষ্ঠ অসমীয়া বোলছবি অভিনেতা বিষ্ণু খাৰঘৰীয়া কয়, শিলাদিত্য আৰু ৰাজেন গোঁহাই দেশৰ শত্ৰু তথা অভিনেতা গৰাকীয়ে বিধায়ক গৰাকীৰ এনে মন্তব্যত জুবিনক হতাশ নহ’বলৈ আহ্বান জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*