অসম

শোণিতপুৰত প্ৰেৰণা দিৱস পালন

তেজপুৰৰপৰা অপুৰ্ব বৰা,প্ৰথম খবৰ: আজি সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থা আৰু তেজপুৰ জিলা কৰ্মচাৰী পৰিষদৰ যৌথ উদ্যোগত তেজপুৰৰ সপ্ত শ্বহীদৰ মুৰ্তি সন্মুখত প্ৰেৰণা দিৱস পালন কৰে। নাগৰিকপঞ্জীত যাতে নথিপত্ৰহীন সন্দেহজনক বিদেশীৰ নাম অন্তৰ্ভুক্ত নহয় তাৰ বাবে যাবতীয় ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে আহ্বান জনাই প্ৰেৰণা দিৱস পালন কৰা হয়। লগতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ লগত জড়িত ব্যক্তি সকলৰ নিৰাপত্তা  সুনিশ্চিত কৰাৰ বাবেও আহ্বান জনাই শ্বহীদ সকলক শ্ৰদ্ধাঞ্জলি জনায় । ইফালে প্ৰাক্তন ছাত্ৰনেতা গহন চন্দ্ৰ মহন্তই বিধায়ক শিলাদিত্য দেৱে জুৱিনৰ বিৰোধে কৰা মন্তব্যৰ তীব্ৰ গৰিহণা দিয়ে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close