অসম

শোণিতপুৰত মহিলাৰ মৃতদেহ  উদ্ধাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: শোণিতপুৰ জিলাৰ বেলশিৰি চাহ বাগিছাত এটা অচিনাকী মৃতদেহ উদ্ধাৰ কৰা হৈছে। এটা পুলৰ তলত উদ্ধাৰ হৈছে অচিনাকী যুৱতীৰ মৃতদেহ। যুৱতীগৰাকীক ধৰ্ষণ কৰি হত্যা কৰা হৈছে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close