অসমশীৰ্ষ

সংশোধনী বিধেয়কৰ বিৰুদ্ধে নিমাত নহয় বৰাক

নিউজ ডেস্ক,প্ৰথম খবৰ: বৰাকৰ কাছাৰ জিলাত নাগৰিকত্ব সংশোধনী বিধেয়কৰ তীব্ৰ বিৰোধিতা। বৰাকৰ কাছাৰ জিলাত অল বৰাক য়ুউথ ষ্টুডেন্ট এচোছিয়েচনৰ প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়কৰ প্ৰতিলিপি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিলে সংগঠনটোৱে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close