অসমশীৰ্ষ

শৰাইঘাটৰ যুঁজত ৰং চাব হাগ্ৰামা মহিলাৰীয়ে

নিউজ ডেস্ক,প্ৰথম খবৰ: নাগৰিকত্ব সংশোধনী আইনক কেন্দ্ৰ কৰি চলি থকা বিবাদৰ বিষয়ত ৰং চাব হাগ্ৰামে মহিলাৰীয়ে। এই আইনৰ সপক্ষে বা বিপক্ষে কোনো মত নিদি এই যুজত দুই পক্ষৰ মাজত নোসোমায় হেনো হাগ্ৰামা। বি পি এফক আক্ৰমনাত্মকভাৱে সুবিধাবাদীৰ দলৰ আখ্যা দিলে হাগ্ৰামা মহিলাৰীয়ে। এই  বিস্ফোৰক মন্তব্যই এতিয়া সমগ্ৰ অসমত তীব্ৰ চাঞ্চ্যলৰ সৃষ্টি কৰিছে।

Related Articles

Leave a Reply

Close