শেহতীয়া
Home / অসম / সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰেৰণা দিৱস পালন

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰেৰণা দিৱস পালন

নিউজ ডেস্ক, প্ৰথম খবৰ: আজি ১৮ মে’ প্ৰেৰণা দিৱস। সমগ্ৰ ৰাজ্যৰ লগতে মহানগৰীতো সদৌ অসম ছাত্ৰ সন্থাই পালন কৰিলে প্ৰেৰণা দিৱস। মহানগৰীৰ গণেশগুৰিৰ গণেশ মন্দিৰৰ সমীপৰ শ্বহীদ বেদীত বন্তি জ্বলাই প্ৰেৰণা দিৱস পালন কৰিলে সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সদৌ অসম কৰ্মচাৰী পৰিষদে। উক্ত কাৰ্যসূচীত  মুখ্য উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য সহিতে অন্য বিষয়-ববীয়া সকলো উপস্থিত থাকে।

উল্লেখ্য, এনআৰচি’ৰ কামত জড়িত চৰকাৰী বিষয়া–কৰ্মচাৰীসকলক প্ৰেৰণা দিয়াৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *

*