শেহতীয়া
Home / অসম / সন্তানসহ মাতৃ সন্ধানহীন 

সন্তানসহ মাতৃ সন্ধানহীন 

নিউজ ডেস্ক, প্ৰথম খবৰ: তিনিচুকীয়া জিলাৰ পেঙেৰীত যোৱা মঙ্গলবাৰৰ পৰা সন্ধানহীন হৈ আছে এগৰাকী মাতৃ আৰু সন্তান। মঙ্গলবাৰৰ নিশাৰ পৰা সন্ধানহীন হৈ থকা ডিম্পী গগৈ আৰু সন্তানটিৰ সন্ধানত বুধবাৰে মহিলাগৰাকীৰ স্বামীয়ে স্থানীয় থানাত এজাহাৰ দাখিল কৰাত এই এজাহাৰৰ ভিত্তিত আৰক্ষীয়ে অব্যাহত ৰাখে অনুসন্ধান।

Leave a Reply

Your email address will not be published. Required fields are marked *

*