অসম

সপ্তম দৰমহা আয়োগৰ নীতি দাবী গোৱালপাৰাৰ শিক্ষকৰ

প্ৰথম খবৰ,মাটিয়া:গোৱালপাৰা জিলা শিক্ষক সন্মিলনীয়ে শিক্ষকৰ সমস্যা সমাধানৰ দাবীত আজি পোষ্ট কাৰ্ড প্ৰেৰণ কৰে। জিলাৰ প্ৰতি প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ত শিক্ষক সকলে পুৰনি পেঞ্চন নীতি বাহাল ৰখা,সমান কামৰ সমান দৰমহা দিয়া আৰু ষষ্ঠ দৰমহা আয়োগ নীতি বাতিল কৰি সপ্তম দৰমহা আয়োগ নীতি প্ৰযোগ কৰাৰ দাবীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু বিৰোধী দলপতি গৰাকীলৈ পোষ্ট কাৰ্ড প্ৰেৰণ কৰে।

Related Articles

Leave a Reply

Close