অসমশীৰ্ষ

সপ্তম স্থানেৰে আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে শিৱানুজে

প্ৰথম খবৰ, নামতি: সপ্তম স্থানেৰে আমগুৰিলৈ গৌৰৱ কঢ়িয়ালে শিৱানুজ বৰকটকীয়ে। আমগুৰিৰ অৰুণোদয় একাডেমীৰ ছাত্ৰ শিৱানুজৰ পিতৃ সঞ্জীৱ বৰকটকী আৰু মাতৃ কমলাক্ষী বৰকটকী। আমগুৰি পৌৰসভাৰ কণিষ্ঠ অভিযন্তা সঞ্জীৱ বৰকটকীৰ পুত্ৰ শিৱানুজ ভৱিষ্যতে অসামৰিক সেৱাৰ বিষয়া হোৱাৰ মন। প্ৰথম খবৰৰ আগত মনৰ কথা ব্যক্ত কৰিলে মেধাৱী ছাত্ৰজনে।

Related Articles

Leave a Reply

Close