অসমশীৰ্ষ

সুখ্যাতিৰে মেট্ৰিক পাছ কৰিলে নাহিদ আফ্ৰিনে

নিউজ ডেস্ক, প্ৰথম খবৰ: সংগীতৰ মাজেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠা নাহিদ আফ্ৰিনে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলতো দেখুৱালে কৃতিত্ব। সুখ্যাতিৰে উত্তীৰ্ণ হৈছে কণ্ঠশিল্পী নাহিদ আফ্ৰিন৷ আটাইকেইটা বিষয়ত লেটাৰসহ ডিষ্টিংচন লাভ কৰিছে নাহিদে৷ নাহিদৰ লাভ কৰিছে ৯১.৬ শতাংশ নম্বৰ৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close