অসমশীৰ্ষ

সোণোৱালৰ সংবাদমেল

নিউজ ডেস্ক, প্ৰথম খবৰ: খানাপাৰাত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এক সংবাদমেলৰ আয়োজন কৰে। এই সংবাদমেলত সোণোৱালে কিছু গুৰুত্বপূৰ্ণ কথা উল্লেখ কৰে। তেখেতে কয় যে, দুৰ্নীতি আঁতৰ নহ’লে কোনো কামে মৰ্যাদা সহকাৰে কৰা অসম্ভৱ’ ‘দুৰ্নীতি থাকিলে ৰাজহুৱা ধন অপচয় হয়, জনতা প্ৰাপ্যৰ পৰা বঞ্চিত হয়’ ‘দায়িত্ব লোৱাৰ দিনৰে পৰা দুৰ্নীতিৰ বিৰুদ্ধে নিৰন্তৰ অভিযান চলাইছো’ ‘শাসন ব্যৱস্থাৰ প্ৰতি ৰাইজৰ আস্থা ঘূৰি আহিছে’ ‘নিযুক্তিৰ ক্ষেত্ৰত স্বচ্ছ আৰু নিকা পদ্ধতি অৱলম্বন’ ‘দুৰ্নীতিবিৰোধী অভিযানত ৰাইজে সহযোগ কৰিছে’ ‘সংবাদমাধ্যমেও দুৰ্নীতিৰ বিৰুদ্ধে পদক্ষেপ লৈছে’। এই দৰে সংবাদমেলত মন্তব্য কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।দুবছৰীয়া বৰ্ষপূৰ্তী উপলক্ষে আয়োজন কৰা হয় এই সংবাদমেলৰ।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close