বিনোদন

সোনম কাপুৰৰ বিয়া! দৰা কোন?

নিউজ ডেস্ক,প্ৰথম খবৰ:বলীউদৰ জনপ্ৰিয় অভিনেতা অনিল কাপুৰৰ তনয়া ছোনম কাপুৰৰ বিয়া। বিশেষ সূত্ৰই প্ৰকাশ কৰা মতে চলিত মাহৰ ৮ তাৰিখে মুম্বাইৰ জুহুস্থিত নিজ বাসগৃহত বিবাহপাশত আবদ্ধ হ’ব অভিনেত্ৰীগৰাকীয়ে। পাত্ৰ দিল্লীৰ ব্যৱসায়ী আনন্দ আহুজা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Check Also

Close
Close