অসমগুৱাহাটী

স্বাস্থ্য মন্ত্ৰীয়ে লাভ কৰিলে নতুন পদবী

নিউজ ডেস্ক, প্ৰথম খবৰ: স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই লাভ কৰিলে বেডমিণ্টন এছিয়াৰ উপ-সভাপতিৰ পদবী।

উল্লেখ্য যে, বেংককত অনুষ্ঠিত হোৱা এক নিৰ্বাচনত বেডমিণ্টন এছিয়াৰ উপ-সভাপতিৰূপে নিৰ্বাচিত হয় ড০ হিমন্ত বিশ্ব শৰ্মা। লগতে ভাৰতীয় বেডমিণ্টন সন্থাৰো সভাপতি ড০ শৰ্মা।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close