অসম

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল

নিউজ ডেস্ক, প্ৰথম খবৰ: ২০১৮ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ১,৭৫,৯৭৬ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল।
পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থীৰ ৯৫,৮১৩ গৰাকীয়ে উত্তীৰ্ণ হৈছে।

উত্তীৰ্ণ শিক্ষাৰ্থীৰ ভিতৰত ৩১,৫৬২ গৰাকী প্ৰথম বিভাগত, ৪১,১৯৫ গৰাকী দ্বিতীয় বিভাগত তথা ২২,৯৫৬ গৰাকী শিক্ষাৰ্থী তৃতীয় বিভাগত উত্তীৰ্ণ হৈছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close