শেহতীয়া
Home / ৰহঘৰা / “হাতত অস্ত্ৰ তুলি ল’লে স্বাধীনতা সম্ভৱ নহয়” , সেনাপ্ৰধান ৰাউত

“হাতত অস্ত্ৰ তুলি ল’লে স্বাধীনতা সম্ভৱ নহয়” , সেনাপ্ৰধান ৰাউত

নেচনেল ডেস্ক , প্ৰথম খবৰ: ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত সেনাপ্ৰধান বিপিন ৰাউতে কাশ্মীৰৰ যুৱক সকলক উদ্দেশ্য কৰি কয় যে হাতত অস্ত্ৰ তুলি ল’লে কাশ্মীৰৰ স্বাধীনতা সম্ভৱ কেতিয়াও নহয়। তেওঁ লগতে কয় যে যিমানে বিচিন্নতাবাদী বা উগ্ৰপন্থী জন্ম নহওক কিয় তাক সম্পূৰ্ণ ৰূপে প্ৰতিহত কৰিবলৈ সক্ষম ভাৰতীয় সেনা।

Leave a Reply

Your email address will not be published. Required fields are marked *

*