অসম

হাতীৰ আক্ৰমনত নিহত মহিলা

নিউজ ডেস্ক, প্ৰথম খবৰ: ডিমৌৰ চিতলীয়াত হাতীৰ আক্ৰমনত এগৰাকী বৃদ্ধা নিহত হৈছে। নিহত বৃদ্ধাগৰাকীৰ নাম মনিতা পেগু। এই ঘটনাক কেন্দ্ৰ কৰি এতিয়া সমগ্ৰ অঞ্চলৰ ৰাইজ সংকিত হৈ পৰিছে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close