শেহতীয়া
Home / অসম / হোজাইত ছাত্ৰৰ আত্মহত্যা

হোজাইত ছাত্ৰৰ আত্মহত্যা

নিউজ ডেস্ক,প্ৰথম খবৰ: বৃহস্পতিবাৰে হোজাইৰ পূব ধনীৰাম পথাৰত উদ্ধাৰ হয় আত্মহত্যা কৰা এজন ছাত্ৰৰ মৃতদেহ৷ এটি ভাৰাঘৰত উদ্ধাৰ হয় মনোজ দাস নামৰ কলেজীয়া ছাত্ৰজনৰ মৃতদেহ৷ কাৰ্বি আংলঙৰ দৈয়ুংমুখস্থিত দ্বাদশ শ্ৰেণীত অধ্যয়নৰত মৃত মনোজ দাসৰ আত্মহত্যাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই৷

Leave a Reply

Your email address will not be published. Required fields are marked *

*