শেহতীয়া
Home / বিজ্ঞান / ২০২০চনৰ ভিতৰত মঙ্গল গ্ৰহলৈ যাব স্বয়ংকীয় যান

২০২০চনৰ ভিতৰত মঙ্গল গ্ৰহলৈ যাব স্বয়ংকীয় যান

ইন্টাৰনেচনেল ডেস্ক,প্ৰথম খবৰ: ২০২০ চনৰ ভিতৰত নাচাই মঙ্গল গ্ৰহলৈ এক স্বয়ংকীয় যান পঠিয়াব। ২০২০ চনৰ জুলাই মাহত মঙ্গলৰ অভিমুখে যাত্ৰা কৰিব যানখনে। নাচাৰ এই প্ৰয়াস ২০১৩ চনৰ আগষ্ট মাহৰ পৰাই নাচাৰ জেট  পপুলেচন লেবৰেটৰীত কৰি আহিছে। সৰু আৰু স্বয়ংকীয় এই যানখনে মঙ্গল গ্ৰহৰ আকাশত উৰন্ত যানৰ ব্যৱহাৰৰ পৰীক্ষা কৰিব। এই যানখনৰ ওজন ১.৮ কিলোগ্ৰাম আৰু ইয়াত চ’লাৰ চিষ্টেমৰ লগতে ৰাতি মঙ্গলৰ ঠাণ্ডাৰ পৰা বাছিবলৈ যানখনত গৰম কৰাৰ ব্যৱস্থা আছে। এই অভিযান সফল হ’লে ভৱিষ্যত প্ৰজন্মৰ বাবে অতি সুখৰ হৈ ৰ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *

*