অসম

২৪ সংগঠনৰ ধাৰাবাহিক আন্দোলন

নিউজ ডেস্ক, প্ৰথম খবৰ: কাৰ্বি-আংলং আৰু কাছাৰত ২৪ সংগঠনে এক গুৰুত্বপূৰ্ণ সংবাদমেল অনুষ্ঠিত কৰে। পৰিষদীয় নিৰ্বাচনৰ বাবে নতুন নীতি নিৰ্ধাৰণৰ দাবী জনাইছে সংগঠনৰ বিষয়ববীয়াই। ১৯মে’ৰ পৰা এই দাবী পুৰণৰ বাবে ধাৰাবাহিক আন্দোলন ঘোষণা কৰিছে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close