শেহতীয়া
Home / অসম / ২৭ মে’ত গুৱাহাটীত জাতীয় অভিৱৰ্তন

২৭ মে’ত গুৱাহাটীত জাতীয় অভিৱৰ্তন

নিউজ ডেস্ক, প্ৰথম খবৰ: অসম সাহিত্য সভা আৰু আছুৰ এক সিদ্ধান্ত মৰ্মে অহা ২৭ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব এখন জাতীয় অভিৱৰ্তন। নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে অনুষ্ঠিত হ’ব এই অভিৱৰ্তন খন। বৃহস্পতিবাৰে পৰমানন্দ ৰাজবংশী আৰু সাহিত্য সভাৰ একাংশ বিষয়ববীয়াৰ লগত আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য, দীপাংক নাথ আদি বিষয়ববীয়াৰে অনুষ্ঠিত হোৱা এক আলোচনা মৰ্মে লোৱা হয় এই সিদ্ধান্ত।

Leave a Reply

Your email address will not be published. Required fields are marked *

*