অসমশীৰ্ষ

৩০ জুনত প্ৰকাশ পাব NRCৰ সম্পূৰ্ণ খচৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: এনআৰচিৰ সম্পূৰ্ণ খছৰা অহা ৩০ জুনত প্ৰকাশ হ’ব দিল্লীত এই কথা জনালে এনআৰচিৰ ৰাজ্যিক সমন্বয়ক প্ৰতীক হাজেলাই। এনআৰচিত বাংলাদেশী বিদেশীৰ নাম অন্তৰ্ভুক্ত হোৱাৰ সন্দেহ হ’লে দিব পাৰিব অভিযোগ। নাম বাদ পৰি যোৱা সকলে জনাব পাৰিব আৱেদন। এমাহৰ ভিতৰত সকলো অভিযোগ নিষ্পত্তি কৰা হ’ব বুলি উল্লেখ কৰে সমন্বয়ক গৰাকীয়ে। তাৰ পিছত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ মতে প্ৰকাশ কৰিব চূড়ান্ত এনআৰচি।

 

Related Articles

Leave a Reply

Close