শীৰ্ষৰাষ্ট্ৰীয়

৩০, ৩১ মে’ৰ দেশজুৰি বেংক কৰ্মচাৰীৰ ধৰ্ণা

নেচনেল ডেক্স, প্ৰথম খবৰ: ৩০ আৰু ৩১ মে’ত ৰাষ্ট্ৰজুৰি ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰিব চৰকাৰী আৰু বেচৰকাৰী খণ্ডৰ বেংকৰ কৰ্মচাৰীসকলে। অল ইণ্ডিয়া বেংক এমপ্লয়িজ এছ’চিয়েচনে দাবী কৰা অনুসৰি দেশৰ প্ৰায় ১০ লাখ কৰ্মচাৰী এই ধৰ্মঘটত চামিল হ’ব।

উল্লেখ্য যে বিগত ৫ মে’ত বেংকিং প্ৰতিষ্ঠানসমূহ স্বত্ত্বাধিকাৰীৰ সংস্থা ইণ্ডিয়ান বেংক এছ’চিয়েচনে বেংক কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি প্ৰসংগত কৰা ঘোষণাৰ পিছতেই ধৰ্মঘটৰ সিদ্ধান্ত লৈছে কৰ্মচাৰীসকলে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close