অসম

৩১নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

নিউজ ডেস্ক, প্ৰথম খবৰ: কোকোৰাঝাৰৰ ঘোসাঁইগাঁৱত এক ভয়ংকৰ ধুৰ্ঘটনা সংঘটিত হৈছে। এখন দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত থিতাতে নিহত হৈছে তিনিজন যুৱক। নিহত যুৱক কেইজন ৰিলায়েন্স তেল ডিপো’ৰ কৰ্মচাৰী আছিল।

Related Articles

Leave a Reply

Close