ফটো ফিচাৰবিনোদনশীৰ্ষ

৮৭লাখ টকীয়া মাৰ্চিডিজ বেঞ্জ জিএলএছ লৈ আত্মহাৰা চাৰ্লিন চোপ্ৰা

নিউজ ডেস্ক, প্ৰথম খবৰ: চাৰ্লিল চোপ্ৰাৰ ঘৰলৈ নতুন আলহী আহিছে৷ এয়া হৈছে এখন মাৰ্চিডিজ বেঞ্জৰ জিএলএছ এছইউভি৷ গাড়ী লৈ আৰু ৰৈ থাকিব পাৰি নেকি? লগে লগে চাৰ্লিনে ফটো আৰু ভিডিঅ’ আপলোড কৰিলে ইনষ্টাগ্ৰামত৷

টাইমছ অব্ ইণ্ডিয়াৰ সাংবাদিকৰ প্ৰশ্নত এবাৰ নাচিলেও অভিনেত্ৰীগৰাকীয়ে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close