Home / অসম / ৰকিবুল হুছেইনৰ সম্পত্তিক লৈ পুনৰ সংবাদ মেল অনিল ৰাজাৰ

ৰকিবুল হুছেইনৰ সম্পত্তিক লৈ পুনৰ সংবাদ মেল অনিল ৰাজাৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: কংগ্ৰেছৰ পৰা নিলম্বিত হোৱা অনিল ৰাজাই বৃহস্পতিবাৰে পুনৰ সংবাদ মেল সম্বোধন কৰি কংগ্ৰেছী বিধায়ক ৰকিবুল হুছেইনক সমালোচনাৰে থকা সৰকা কৰে। তেখেতৰ মন্তব্য অনুসৰি ৰকিবুল হুছেইনৰ বিধায়ক পদ খাৰিজ কৰিবলৈ তেওঁ আদালতৰ দাৰস্থ হ’ব।

উল্লেখ্য যে, অনিল ৰাজাই ৰকিবুল হুছেইনৰ পাহাৰ সম সম্পত্তিৰ বিৰুদ্ধে যি অভিযোগ আনিছিল সেয়া এতিয়াও মুখ্যমন্ত্ৰী দুৰ্নীতি নিবাৰক শাখাৰ আওতাত আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*