অসমগুৱাহাটীশীৰ্ষ

ৰকিবুল হুছেইন এজন ৪২০: অনিল ৰাজা

নিউজ ডেস্ক, প্ৰথম খবৰ: ৰকিবুল হুছেইনক লৈ পুনৰ অন্য এক বিস্ফোৰণ অনিল ৰাজাৰ। এইবাৰ হুছেইনক ৪২০ আখ্যা দিলে অনিল ৰাজাই। ৰকিবুল হুছেইনে বেলেগৰ নম্বৰ ৰাহুল গান্ধীৰ নামত ফোনত ছেভ কৰাৰ কথা প্ৰকাশ কৰাৰ লগতে হত্যাকাণ্ড আৰু ডকাইতিতো ৰকিবুল হুছেইন জড়িত থকাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে অনিল ৰাজাই।

অন্যহাতে, ৰাজাই হুছেইনৰ নামত থকা ন ন সম্পত্তিৰ তথ্য সংবাদ মেলত ৰাজহুৱা কৰাৰ লগতে হুছেইনৰ বিধায়ক পদ খাৰিজ কৰিবলৈ নিৰ্বাচন আয়োগলৈ পত্ৰ প্ৰেৰণ কৰাৰ কথাও প্ৰকাশ কৰে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close