Home / অসম / ৰাজনীতি নকৰিব,মঞ্চত সুস্থ হৈ গান গাওঁক: সকীয়ালে শিলাদিত্যই

ৰাজনীতি নকৰিব,মঞ্চত সুস্থ হৈ গান গাওঁক: সকীয়ালে শিলাদিত্যই

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে বিধায়ক শিলাদিত্যই সংবাদমাধ্যমৰ আগত  জুবিন গাৰ্গক দিলে পৰামৰ্শ। বিহু মঞ্চত ৰাজনীতি কৰা উচিত নহয় বুলি কৈ জুবিনক ৰাজনীতি নকৰিবলৈ নিৰ্দেশ দিলে শিলাদিত্যই| এগৰাকী শিল্পী হিচাপে মঞ্চত সুস্থ হৈ গান গোৱাৰ কথা জুবিনক কলে শিলাদিত্যই|লামডিঙৰ প্ৰসংগ টানি আনি লামডিঙত আইনশৃংখলাজনিত পৰিস্থিতিৰ কোনো অৱনতি ঘটিলে সেয়া জুবিন গাৰ্গে জগৰীয়া হ’ব বুলিও মত প্ৰকাশ কৰিলে হোজাইৰ বিতৰ্কিত বিজেপি বিধায়ক শিলাদিত্য দেৱে।ৰঙালীৰ ৰ-ৰ পেট কটাডাল উঠাই দিলেই বঙালী হয় বুলি উল্লেখ কৰি  ৰঙালী আৰু বঙালীৰ মাজত সম্বন্ধ আছে’ বুলিও মন্তব্য প্ৰকাশ কৰে বিধায়কগৰাকীয়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *

*