অসম

ৰাণীত শিল ব্যৱসায়ীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

প্ৰথম খবৰ,ৰাণী: শিল ব্যৱসায়েৰে চহকী অসম-মেঘালয় সীমান্তৱৰ্তী ৰাণীত দীৰ্ঘদীন ধৰি চলি আছে একাংশ শিল ব্যৱসায়ীৰ অবৈধ ব্যৱসায়। স্থানীয় ৰাইজৰ অভিযোগ মতে নিজৰ স্বাৰ্থ পূৰণৰ বাবে নিতৌ অবৈধ ব্যৱসায়ৰ ন ন কৌশল অৱলম্বন শিল মাফিয়াৰ। শিল কুৱেৰীত বিস্ফোৰণৰ বাবে ব্যবহৃত ডিটেনটৰ , পাৱাৰ জেল , জিলেটিং আদিকে ধৰি বিস্ফোৰক সামগ্ৰীবোৰ দীৰ্ঘদিন ধৰি বিক্ৰী হৈ আহিছে ক’লা বজাৰত। এই ক্ষেত্ৰত আৰক্ষীৰ তদন্ত দাবী কৰিছে স্থানীয় ৰাইজে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close