অসম

ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা যুৱতীৰ

নিউজ ডেস্ক, প্ৰথম খবৰ: হোজাইৰ ভূঞাপট্টিত মালবাৰী ৰে’লৰ আগত জঁপিয়াই আত্মহত্যা কৰিলে এগৰাকী যুৱতীয়ে৷ শনিবাৰে ৰে’লপথত পৰি থকা অৱস্থাত স্থানীয় লোকে যুৱতীগৰাকীৰ মৃতদেহটো প্ৰত্যক্ষ কৰাৰ পিছত ঘটনাস্থলীলৈ আৰক্ষীৰ লোক উপস্থিত হয় যদিও এতিয়ালৈকে জানিব পৰা হোৱা নাই যুৱতীগৰাকীৰ মৃত্যুৰ কাৰণ আৰু পৰিচয়৷

Related Articles

Leave a Reply

Close