শীৰ্ষ

ৰেলৰ আগত পৰি  আত্মহত্যা যুৱকৰ

নিউজ ডেস্ক, প্ৰথম খবৰ, বুধবাৰে ঘগ্ৰাপাৰ আৰু ৰঙিয়া জংচনৰ মাজত সংঘটিত হয় এক ৰেল ধূৰ্ঘটনা। এই দূৰ্ঘটনাত নিহত হয় এজন যুৱক।

ধূৰ্ঘটনা সংঘটিত হোৱাৰ পিছত ৰেল আৰক্ষীয়ে যুৱকজনৰ মৃতদেহটো উদ্ধাৰ কৰে যদিও চিনাক্ত কৰিব পৰা নাই যুৱকজনক। যুৱকজনৰ এই মৃত্যুক বহুতেই আত্মহত্যা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Related Articles

Leave a Reply

Close