অসম

ৰে’লৰ খুন্দাত যুৱকৰ মৃত্যুক লৈ উত্তপ্ত লাহোৱাল

নিউজ ডেস্ক, প্ৰথম খবৰ: ডিব্ৰুগড়ৰ লাহোৱালত ৰে’লৰ খুন্দাত এজন যুৱকৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে।

প্ৰাপ্ত খবৰ মতে, ঘটনাটোক কেন্দ্ৰ কৰি স্থানীয় লোকসকলে ৰে’লপথ অৱৰোধ কৰাৰ লগতে ৰে’লপথৰ ওপৰত টায়াৰ জ্বলাই প্ৰতিবাদকাৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। আনহাতে, উত্তেজিত ৰাইজে ঘাইপথ অৱৰোধ কৰাৰ ফলত শ শ যান-বাহন আবদ্ধ হৈ পৰে।

Related Articles

Leave a Reply

Close