অসম

মহানগৰ ডুবিল

নিউজ ডেস্ক,প্ৰথম খবৰ: এজাক বৰষুণতে কৃত্ৰিম বানত বুৰে গুৱাহাটী মহানগৰ। প্ৰত্যেক বছৰে বাৰিষা আহিলেই মহানগৰবাসীৰ দুখ বেদনাৰ কোনো অন্ত নাইকীয়া হয়। যোৱা কালি হোৱা এজাক বৰষুণতে মহানগৰত কৃত্ৰিম বানৰ তাণ্ডৱ।  জু-ৰোড, ছয়-মাইল, লতাশিলৰ লগতে গুৱাহাটী ক্লাৱতো বানপানী। যাতায়াত ব্যৱস্থাও বন্ধ হৈ পৰিল বানপানীৰ বাবে।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close