অসমশীৰ্ষ

APSC কেলেংকাৰীৰ অভিযোগনামা পুনৰ দাখিল কৰিব ডিব্ৰুগড় আৰক্ষীয়ে

নিউজ ডেস্ক, প্ৰথম খবৰ: এপিএছচি গোচৰত আটক হোৱা ৬ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে পুনৰ অভিযোগনামা দাখিল কৰিব ডিব্ৰুগড় আৰক্ষীয়ে। বিশেষ আদালতত দাখিল কৰা হ’ব পঞ্চমখন অভিযোগনামা। অভিযোগনামা দাখিল কৰা হ’ব ধৃত ৬ ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে। অভিযোগনামা দাখিল কৰা ৬ ৰাজপত্ৰিত বিষয়া সকল হ’ল ৰিতুৰাজ গগৈ, কৌশিক কলিতা, সত্যজিৎ সৰকাৰ, অভিষেক বৰবৰা, জয়দেৱ মহন্ত আৰু বৰ্ণালী দেৱী। বৰ্তমানেও পলাতক হৈ আছে এচিএছ বিষয়া সঞ্জয় ফুকন আৰু এপিএছ বিষয়া দেৱব্ৰত দে’।

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close