Uncategorizedবিনোদনশীৰ্ষ

IPL এ ৰুধিব পৰা নাই পৰমাণুৰ জয়যাত্ৰা

এন্টাৰটেইন্টমেন্ট ডেস্ক, প্ৰথম খবৰ: বলিউদ অভিনেতা জন আব্ৰাহাম ষ্টাৰাৰ ছবি ‘পৰমাণু’:দি ষ্টোৰি অৱ পোখৰান, দৰ্শকৰ বিপুল সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। ৰবিবাৰে চেন্নাই চুপাৰ কিংগছ আৰু ছানৰাইজাৰ্ছ হাইদৰাবাদৰ মাজত আইপিএল ২০১৮’ৰ ফাইনেল খেলখন অনুষ্ঠিত হৈছিল য’ত মহেন্দ্ৰ সিং ধোনীৰ দলে বাজি মাৰে। বহুক্ষেত্ৰত দেখিবলৈ পোৱা যায় যে, আইপিএলৰ খেলৰ কাৰণে ছবিৰ কালেকছনত প্ৰভাৱ পৰে কিন্ত্ত তাৰ মাজতো জন আব্ৰাহাম অভিনীত ছবি ‘পৰমাণুৱে ভাল কালেকছন কৰিবলৈ সক্ষম হৈছে। বানিজ্য সমালোচক তৰুণ আদৰ্শৰ মতে, ছবিখনে প্ৰথম সপ্তাহত ২০.৭৮ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

 

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close