অসমশীৰ্ষ

P&RD পৰীক্ষাৰ তদন্তৰ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

নিউজ ডেস্ক,প্ৰথম খবৰ: P&RDৰ পৰীক্ষাত হোৱা ব্যাপক খেলি-মেলিৰ তদন্তৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে। বিভাগীয় আয়ুক্ত জে বি এক্কাক অতি সোনকালে তদন্ত কৰি প্ৰতিবেদন দাখিলৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰীয়ে।

 

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close