অসমশীৰ্ষ

P&RDৰ পৰীক্ষাৰ তদন্তৰ নামত ভেকোভাওঁনা

নিউজ ডেস্ক, প্ৰথম খবৰ:  P&RDৰ পৰীক্ষাত হোৱা খেলিমেলিৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল৷ কিন্তু এই  তদন্তৰ নামত এতিয়া ৰহস্যজনকভাৱে এক ভেকোভাওঁনাহে চলা দেখা গৈছে। পৰীক্ষা অনুষ্ঠিত কৰা কোনো বিষয়া , আমোলা বা এজেঞ্চীৰ বিষয়ে তদন্ত কৰাৰ পৰিৱৰ্তে তদন্ত কমিটিয়ে ৪\৫ জন পৰীক্ষাৰ্থীৰ বিৰুদ্ধেহে তদন্ত চলোৱাৰ বাতৰি সংবাদমাধ্যমত প্ৰচাৰৰ পিছতে সমগ্ৰ ৰাজ্যতে প্ৰতিক্ৰিয়া অব্যাহত আছে।

Related Articles

Leave a Reply

Close