অসমশীৰ্ষ

অতীতৰ নিৰ্জু আৰু সহজ-সৰল কাৰ্বি এতিয়া হিংস্ৰ হৈছে, বিদ্যাছিং ইংলেঙ

নিউজ ডেস্ক, প্ৰথম খবৰ: বৃহস্পতিবাৰে এক সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাত প্ৰাক্তন বিধায়ক বিদ্যাছিং ইংলেঙে কয় যে অতীতত কাৰ্বিসকল অতি নিৰ্জু আৰু সহজ–সৰল আছিল যদিও বৰ্তমান কাৰ্বিসকলৰ মাজত ইয়াৰ বিপৰীত ছবিহে প্ৰতিফলিত হৈছে৷ ইফালে নীলোৎপল দাস আৰু অভিজিৎ নাথৰ নিৰ্মম হত্যাকাণ্ডক লৈ অসমৰ বিভিন্ন প্ৰান্তৰ ৰাইজৰ দৰে কাৰ্বি আংলংবাসীও সমানে দুঃখিত বুলি মন্তব্য কৰিছে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰতন টেৰণে৷

Related Articles

Leave a Reply

Your email address will not be published. Required fields are marked *

Close