শীৰ্ষৰাষ্ট্ৰীয়

অপৰোচিতভাৱে পাকিস্তানৰ গুলীবৰ্ষণত পুনৰ মৃত্যু ভাৰতীয় সৈনা

নেচনেল ডেস্ক, প্ৰথম খবৰ:  পাক-ভাৰত সীমান্তৰ ভাৰতীয় সেনাৰ  চাওনীত পাকিস্তানৰ পৰা অন্যায়ভাৱে গুলীচালনা কৰে। এই গুলীচালনাত ২জন ভাৰতীয় জোৱানৰ মৃত্যু হৈছে। পাকিস্তানে যুদ্ধনীতি উলংঘা কৰি সংঘটিত কৰা অমানৱীয় কাণ্ডৰ উদাহৰণ এয়াই প্ৰথম নহয়। পূৰ্বতেও বহুবাৰ এনেদৰে আক্ৰমণ কৰি আহিছে পাকিস্তানে। এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশতে প্ৰতিক্ৰিয়া অব্যাহত আছে।

Related Articles

Leave a Reply

Close