শীৰ্ষৰাষ্ট্ৰীয়

অশান্ত শ্বিলং

নিউজ ডেস্ক, প্ৰথম খবৰ: বাছ কৰ্মচাৰীয়ে মহিলাক কৰা দু-ব্যৱহাৰক কেন্দ্ৰ কৰি বাছ কৰ্মচাৰী আৰু সাধাৰণ জনতাৰ মাজত হোৱা সংঘৰ্ষই চৰম ৰূপ লৈছে সমগ্ৰ চহৰখনত। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সান্ধ্য আইন জাৰি কৰিছে। কিন্তু সান্ধ্য আইন জাৰি কৰাৰ মাজতে  পুনৰ উত্তপ্ত শ্বিলং। শ্বিলং চহৰৰ বিভিন্ন স্থানত সংঘৰ্ষত বহুলোক আহত হৈছে। ইতিমধ্যে চহৰখনত ইন্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে। অধিক সংখ্যক সেনা বাহিনী মোতায়ন কৰিছে শ্বিলঙত।

Related Articles

Leave a Reply

Close